Disneyland 1972 Love the old s
kkallol.xtgem.com

"আকদিনেৰ জৈন্যে
মুঁই তোৰ প্ৰেমত
পৰিবাৰ চাং"

আকদিন.....
আকদিনত আখান ক্ৰিকেট ম্যেচ

আকদিন.....
আকদিনত
কৌটি কৌটি টাকাৰ
জুআ

আকদিনত
আখান দেশ
উৰিয়া যায়

এমন কি
আকমিনিটত
ভাঙিয়া পৰে
আকটা সুউচ্চ
বিল্ডিং

আকদিন মানে
২৪ ঘণ্টা
আকদিন মানে
অনেক মিনিট
অনেক ছেকেণ্ড
অ'তো হিসাপ কৰাৰ
মোৰ ধৈর্য্য নাই

আকদিনত বোধায় আমেৰীকা যায়া
আসা যায়
আকদিনত বিৰলা,
বাজাজ, টাটায়
কৌটি কৌটি টাকা
কামায়

আসলতে আকদিনেৰ অনেক মূল্য

তাও আকদিনেৰ
জৈন্যে
মুঁই তোৰ প্ৰেমত
পৰিবাৰ চাং

তাহৈলে ভাবেক
মুঁই তোক কতো
ভালাপাং !


ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা